কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোনেই হওক অথবা ওৰাং ৰাষ্ট্ৰীয় উদ্যোনেই হওক, বছৰৰ বিভিন্ন সময়ত বিভিন্ন দেশী বিদেশী পৰ্যটকে প্ৰকৃতিৰ লগত কিছুসময় অতিবাহিত কৰিবলৈ অহা দেখা যায়। এনে বোৰ উদ্যোনবোৰত নো কি দেখিবলৈ পোৱা যায় তাৰেই কেইখন দুখৰীয়া চিত্ৰ আজি প্ৰকাশ কৰা হ’ল। আশা কৰো চিত্ৰসমূহ চাই ভাল পাব।
1 Comment
Comments are closed.
Good Photography