অচিৰেই কেনী বসুমতাৰীৰ তৃতীয়খন ছবি

ছাছপেণ্ড ইন্সপেক্টৰ বড়োৰ বাবে সাজু হৈছে লোকেল কুংফু টীম।ছাছপেণ্ড ইন্সপেক্টৰ বড়োৱে  ৭ডিচেম্বৰ মুক্তি লাভ কৰিব।এই সম্পৰ্কে কেনী বসুমতাৰীয়ে এনেদৰে কয়-আমাৰ দলটোৱে তৃতীয়খন ছবিৰ বাবে সাজু হৈছো।ছাছপেণ্ড ইন্সপেক্টৰ বড়ো এখন একচনধৰ্মী চিনেমা।ইয়াত মুম্বাইৰ পুনম গুৰুঙে অভিনয় কৰিছে ।চিনেমাখনৰ হিন্দী সংস্কৰণো প্ৰস্তুত কৰা হৈছে ।চিনেমা খন প্ৰযোজনা কৰিছে ভীষণ ৰায়, প্ৰিয়মা গোস্বামী আৰু কেনীয়ে।চিনেমাখনৰ পাৰ্শ্ব সংগীত আৰু ছাউণ্ড ডিজাইন কৰি মাৰাঠী ফিল্মফেয়াৰ বঁটা পাপক উৎকেশ ধোটেকাৰ আৰু ৰঞ্জন পাটনায়কে।

Comments (0)
Add Comment