“অসমীয়া মায়াৰ” মিছ মায়া নৰ্থইষ্ট ২০১৭

“অসমীয়া মায়াৰ” মিছ মায়া নৰ্থইষ্ট ২০১৭

IMG-20170104-WA0048অসম তথা উত্তৰপূবৰ প্ৰতিভাৱান সুন্দৰীসকলক এখন মঞ্চ প্ৰদান কৰাৰ লগতে উত্তৰ পূৱৰ বাৰেৰহণীয়া পৰম্পৰাগত সাজ পোচাকক সৰ্বভাৰতীয় পৰ্য্যায়ত চিনাকী কৰি দিয়া মানসেৰে “অসমীয়া মায়াই” মিছ মায়া নৰ্থইষ্ট ২০১৭ শীৰ্ষক এক সৌন্দৰ্য প্ৰতিযোগীতা আয়োজন কৰে। আজি যোৰহাট জিলা পুথিভৰালত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি সাংস্কৃতি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটো অসমৰ চলচ্চিত্ৰ জগতৰ বহুকেইজন অভিনেতা অভিনেত্ৰী উপস্থিত আছিল।

IMG-20170108-WA0033

IMG-20170108-WA0032

Comments (0)
Add Comment