অসম তথা উত্তৰপূবৰ প্ৰতিভাৱান সুন্দৰীসকলক এখন মঞ্চ প্ৰদান কৰাৰ লগতে উত্তৰ পূৱৰ বাৰেৰহণীয়া পৰম্পৰাগত সাজ পোচাকক সৰ্বভাৰতীয় পৰ্য্যায়ত চিনাকী কৰি দিয়া মানসেৰে “অসমীয়া মায়াই” মিছ মায়া নৰ্থইষ্ট ২০১৭ শীৰ্ষক এক সৌন্দৰ্য প্ৰতিযোগীতা আয়োজন কৰে। আজি যোৰহাট জিলা পুথিভৰালত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ লগত সংগতি ৰাখি সাংস্কৃতি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটো অসমৰ চলচ্চিত্ৰ জগতৰ বহুকেইজন অভিনেতা অভিনেত্ৰী উপস্থিত আছিল।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন