সাংবাদিকতা আৰু সমাজসেৱাৰ ক্ষেত্রত প্ৰভূত বৰঙণি যোগোৱা আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়াইছে লক্ষ্মীনাথ ফুকন বঁটা।এই বঁটা আগবঢ়াইছে অসম সাহিত্য সভাই।উল্লেখযোগ্য যে অহা ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ অধিবেশনত মায়াৰাম তামুলী সোঁৱৰণী সাংবাদিক সন্মিলন অৰুণোদই অনুষ্ঠানত সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰিব।উল্লেখযোগ্য যে অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি আহিছে।ইতিপূর্বেও ২০১৫ বৰ্ষত মাজা কাৱনে চ’ছিয়েল জাৰ্নেলিষ্ট এৱাৰ্ডেৰে বিভূষিত হৈছে।
আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুলৈ লক্ষ্মীনাথ ফুকন বঁটা
