সাংবাদিকতা আৰু সমাজসেৱাৰ ক্ষেত্রত প্ৰভূত বৰঙণি যোগোৱা আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়াইছে লক্ষ্মীনাথ ফুকন বঁটা।এই বঁটা আগবঢ়াইছে অসম সাহিত্য সভাই।উল্লেখযোগ্য যে অহা ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ অধিবেশনত মায়াৰাম তামুলী সোঁৱৰণী সাংবাদিক সন্মিলন অৰুণোদই অনুষ্ঠানত সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰিব।উল্লেখযোগ্য যে অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি আহিছে।ইতিপূর্বেও ২০১৫ বৰ্ষত মাজা কাৱনে চ’ছিয়েল জাৰ্নেলিষ্ট এৱাৰ্ডেৰে বিভূষিত হৈছে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা