এজন ব্যতিক্ৰমী যুৱকৰ কথাৰে

দেশজুৰি সৃষ্টি হৈছে স্বচ্ছতাৰ অভিযান।ইয়াৰ অংশ স্বৰূপে গুৱাহাটীৰ এজন যুৱকে গ্ৰহণ অভিনৱ পদক্ষেপ।
গুৱাহাটীৰ মিনাংক ডেকাই মুকাভিনয়ৰ জৰিয়তে দীপৰ বিল সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে।এই ক্ষেত্ৰত সমলয় নামৰ এটা সংগঠনে সহযোগ কৰিছে।
মুকাভিনয়ৰ জৰিয়তে সজাগতা সৃষ্টি কৰিছে ।অলপতে স্বচ্ছতা মিচন ১০১ ৰ জৰিয়তে স্বচ্ছতাৰ বাৰ্তা বিলাইছে।জানিব পৰা মতে মিনাংকে ১০১খন ঠাইত স্বচ্ছতাৰ কাৰ্য্যসূচী হাতত ল’ব।মিনাংকৰ এনে পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

Comments (0)
Add Comment