কস্তুৰী চিল্ডেন কেয়াৰত সাহাৰ্য্য সামগ্ৰী বিতৰণ

কস্তুৰী চিল্ডেন কেয়াৰত সাহাৰ্য্য সামগ্ৰী বিতৰণ

কিৰণ ফাউণ্ডেছন আৰু মছফিকা ৱ’মেন চ’চাইটীৰ উদ্যোগত আজি কস্তুৰী চিল্ডেন কেয়াৰ সমূহত খাদ্য সামগ্ৰী লগতে সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে।
 
 
 
আনহাতে ভঙাগড় আই চি আই চি আই বেংকৰ সমীপত বানপীড়িত লোকৰ মাজত সাহাৰ্য্য বিতৰণ কৰে। এই সমগ্ৰ কাৰ্যসূচীত উপস্থিত থাকে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মডেলিঙৰ জৰিয়তে বিশেষ খ্যাতি অর্জা সৌন্দৰ্য্য খিতাপ বিজয়ী কিৰণ বড়োৱে।

Comments (2)
Add Comment