জনতা কাৰফিউৰ প্ৰতি ব্যাপক সঁহাৰি

ক’ৰণাক প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা জনতা কাৰফিউৰ প্ৰতি সঁহাৰি দিছে দেশৰ জনগণে।উল্লেখযোগ্য যে পুৱা ৭বজাৰ পৰা ৯বজালৈ সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনাইছিল।
 
সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই আজি মহানগৰীৰ ৰাজপথত দেখা গ’ল জনশূন্যতা।গাড়ী মটৰৰ উপস্থিতৰ সংখ্যা যথেষ্ট নগণ্য।
 
আনহাতে চেম্বাৰ্ছ অৱ কৰ্মাচৰ তৰফৰ পৰাও ক’ৰণা ভাইৰাছৰ বাবে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান ২৩মাৰ্চত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
ইফালে  চিটি সমূহো ২৪ মাৰ্চলৈকে বন্ধৰ ঘোষণা কৰিছে ।

Comments (0)
Add Comment