NE Focus
NE Focus
তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ
By
admin
on February 8, 2019
৯ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ।তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই উৎসৱটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।দেশী বিদেশী বিভিন্ন লেখক, ছাত্ৰ ছাত্ৰী সকলে এই উৎসৱত অংশগ্ৰহণ কৰিব।জানিব পৰা মতে এইবাৰ আছিয়ান দেশসমূহৰ সাহিত্যক গুৰুত্ব আৰোপ কৰি বিশেষ কাৰ্য্যক্ৰম ৰখা হৈছে।অভিনেত্ৰী মণিষা কৈৰালা বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব ।অহা ১১ফেব্ৰুৱাৰীত এই অনুষ্ঠানৰ অন্ত পৰিব।
সুখবৰ
Share
Related Posts
‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
Comments
(0)
Add Comment