তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ সুখবৰ By admin On Feb 8, 2019 Old books on a Parisian flea market 0 696 Share ৯ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ।তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই উৎসৱটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।দেশী বিদেশী বিভিন্ন লেখক, ছাত্ৰ ছাত্ৰী সকলে এই উৎসৱত অংশগ্ৰহণ কৰিব।জানিব পৰা মতে এইবাৰ আছিয়ান দেশসমূহৰ সাহিত্যক গুৰুত্ব আৰোপ কৰি বিশেষ কাৰ্য্যক্ৰম ৰখা হৈছে।অভিনেত্ৰী মণিষা কৈৰালা বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব ।অহা ১১ফেব্ৰুৱাৰীত এই অনুষ্ঠানৰ অন্ত পৰিব। 0 696 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail