মাদাৰ বৃদ্ধাশ্ৰমলৈ সহায়ৰ হাত..

কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এছ এফৰ গুৱাহাটীস্থিত উত্তৰ পূব মণ্ডলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ৰ মহিলা কল্যাণ সংস্থা সংৰক্ষিকাই অলপতে হাতীগাঁৱৰ মাদাৰ বৃদ্ধাশ্ৰমলৈ সহায়ৰ হাত আগবঢ়াইছে।বুধবাৰে সভানেত্ৰী দীপা ভট্টাচাৰ্যৰ নেতৃত্বত যোৱা এটা দলে পুৱা বৃদ্ধাশ্ৰমত গৈ বিভিন্ন সামগ্ৰী উপহাৰ হিচাপে দিয়ে।এই উপলক্ষে মনালিছা চ’চাইটিৰ কেবাগৰাকী বিষয় ববীয়া উপস্থিত থাকে।

Comments (0)
Add Comment