সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত

স্বচ্ছ ভাৰত মিছনৰ অধীনত আজি মহানগৰীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় ।সজাগতা মূলক অনুষ্ঠানটোত আৱৰ্জনা নিষ্কাষন ,আৱৰ্জনা পুনৰ ব্যৱহাৰকৰণৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে।ইয়াৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত ৰচনা প্ৰতিযোগিতাৰ, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।অনুষ্ঠানত সঞ্চালিকা নাজৰিন আহমেদ, প্ৰদীপ বৈশ্যকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment