২৪ মাৰ্চৰ সন্ধিয়া ৬বজাৰ পৰা লক ডাউন

ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কালি সন্ধিয়া ৬বজাৰ পৰা ৩১মাৰ্চৰ নিশা ১২ বজালৈ লক ডাউন ঘোষণা কৰিছে ।
 
 
 
আজি স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই কথা সদৰী কৰে ।অৱশ্যে এই ক্ষেত্ৰত চিকিৎসা সেৱা, অগ্নি নিৰ্বাপক,এ টি এম,  জৰুৰীকালীন সেৱা চলি থাকিব বুলি মন্তব্য কৰে।এক এপ্ৰিলৰ বিনামূলীয়াকৈ ৰেচন প্ৰদান কৰিব। covid-19পৰীক্ষা কেন্দ্ৰ বৃদ্ধি কৰা হ’ব বুুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ।
 
 
 
লক ডাউনৰ সময়ত যদি কোনো ব্যক্তি বিনা কাৰণত ঘৰৰ বাহিৰলৈ পৰা ৬মাহৰ পৰা ২বছৰ পৰ্যন্ত জেল হ’ব পাৰে ।

Comments (0)
Add Comment