গোলকীয় কৰণৰ প্ৰভাৱৰ ফলশ্ৰুতিত প্ৰকৃতিৰো তাৰতম্য ঘটিছে। যাৰ ফলশ্ৰুতিত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ জুনহেবট জিলাৰ লাভিছে গাঁওবাসীয়ে ৩৭ বছৰৰ পাছত হোৱা তুষাৰপাতৰ সাক্ষী হৈ ৰৈছে।ইতিমধ্যে এই তুষাৰপাতৰ ভিডিঅ’ আৰু ফটো চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।নাগালেণ্ডৰ চুৰুহট’ সমষ্টিৰ বিধায়ক এইচ খেহভিৰ এটা ভিডিঅ’ত ইয়াৰ নান্দনিক দৃশ্যই চ’ছিয়েল মিডিয়াত খলকনি তুলিছে।তেওঁ লিখিছে বাস্তৱত নাগালেণ্ডবাসীলৈ আই প্ৰকৃতিয়ে খ্ৰীষ্টমাচৰ আশীৰ্বাদ বৰষিছে।
৩৭ বছৰৰ পিছত এখন গাঁৱত তুষাৰ পৰিছে
