গোলকীয় কৰণৰ প্ৰভাৱৰ ফলশ্ৰুতিত প্ৰকৃতিৰো তাৰতম্য ঘটিছে। যাৰ ফলশ্ৰুতিত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ জুনহেবট জিলাৰ লাভিছে গাঁওবাসীয়ে ৩৭ বছৰৰ পাছত হোৱা তুষাৰপাতৰ সাক্ষী হৈ ৰৈছে।ইতিমধ্যে এই তুষাৰপাতৰ ভিডিঅ’ আৰু ফটো চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।নাগালেণ্ডৰ চুৰুহট’ সমষ্টিৰ বিধায়ক এইচ খেহভিৰ এটা ভিডিঅ’ত ইয়াৰ নান্দনিক দৃশ্যই চ’ছিয়েল মিডিয়াত খলকনি তুলিছে।তেওঁ লিখিছে বাস্তৱত নাগালেণ্ডবাসীলৈ আই প্ৰকৃতিয়ে খ্ৰীষ্টমাচৰ আশীৰ্বাদ বৰষিছে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ