শীতৰ ঠেৰেঙা জাৰে সমগ্ৰ ৰাজ্য কপাইছে । মহানগৰীতো শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ।সেয়ে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই জন্তুবোৰক ঠাণ্ডাৰ পৰা সুৰক্ষা দিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । জানিব পৰা মতে চিৰিয়াখানাৰ কৰ্তৃপক্ষই শীতৰ পৰা পৰিত্ৰাণ দিবলৈ জন্তুবোৰৰ বাবে ব্যৱস্থা কৰিছে।উল্লেখযোগ্য যে বাঘ,বনৰীয়া মেকুৰীৰ আশ্রয়স্থলত হীটাৰ স্থাপন কৰা হৈছে।লগতে অন্যান্য জীৱ জন্তুবোৰক উম দিবলৈ পৰ্যাপ্ত পৰিমাণৰ খেৰৰ ব্যৱস্থা কৰি দিছে।এই সন্দৰ্ভত বিভাগীয় বন বিষয়া তেজচ মৰিস্বামীয়ে কয় যে জীৱ-জন্তুবোৰক শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে এই ব্যৱস্থা কৰিছে।এইক্ষেত্ৰত হীটাৰ আৰু খেৰে জীৱ-জন্তুবোৰক সুস্থ কৰি ৰখাত সহায় কৰিব।
Trending
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
সুন্দৰ পদক্ষেপ