ConMac ৰ বাণিজ্য মেলা

ConMac ৰ বাণিজ্য মেলা

IMG-20170302-WA0028

আজিৰ পৰা ৪ মাৰ্চলৈকে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত Construction equipment & Technology Exhibition শীৰ্ষক এক প্ৰদৰ্শনী আৰম্ভ হৈছে। আজিৰ এই প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধনীৰ দ্বাৰ মুকলি কৰি সোণোৱালে কয় যে উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে সৰ্বাতো প্ৰকাৰে আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। উল্লেখযোগ্য যে পথ নিৰ্মাণৰ, ফেল্ট নিৰ্মাণৰ বিভিন্ন সা- সামগ্ৰী প্ৰদৰ্শিত হৈছে। শেহতীয়া প্ৰযুক্তিবিদ্যাক প্ৰয়োগ কৰি প্ৰৰ্দশিত কৰিছে। স্মৰ্তব্য যে বিভিন্ন দেশী-বিদেশী কোম্পানীয়ে অংশগ্ৰহণ কৰিছে।

IMG-20170302-WA0029

IMG-20170302-WA0031

Comments (0)
Add Comment