আজিৰ পৰা ৪ মাৰ্চলৈকে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত Construction equipment & Technology Exhibition শীৰ্ষক এক প্ৰদৰ্শনী আৰম্ভ হৈছে। আজিৰ এই প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধনীৰ দ্বাৰ মুকলি কৰি সোণোৱালে কয় যে উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে সৰ্বাতো প্ৰকাৰে আগুৱাই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। উল্লেখযোগ্য যে পথ নিৰ্মাণৰ, ফেল্ট নিৰ্মাণৰ বিভিন্ন সা- সামগ্ৰী প্ৰদৰ্শিত হৈছে। শেহতীয়া প্ৰযুক্তিবিদ্যাক প্ৰয়োগ কৰি প্ৰৰ্দশিত কৰিছে। স্মৰ্তব্য যে বিভিন্ন দেশী-বিদেশী কোম্পানীয়ে অংশগ্ৰহণ কৰিছে।
Trending
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত
- দিছপুৰত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দপূৰ্ণ আলোচনা অসম বাৰ্তাজীৱী সংঘৰ
- অসমত ৰপ্তানি সুবিধা কেন্দ্র স্হাপনৰ বাবে কেন্দ্রক আহ্বান উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী হিচাপে প্ৰথমজন অসমীয়া মনোজ কুমাৰ শৰ্মা বৰদলৈৰ কাৰ্যভাৰ গ্ৰহণ


