নদীপৰীয়া ৰাইজৰ চিন্তাৰে

হঠাৎ জলপ্ৰলয় সৃষ্টি হ’ব পাৰে ।নদী কাষৰীয়া ৰাইজৰ জনজীৱন বিপদাপন্ন হ’ব পাৰে।ব্ৰক্ষ্মপুত্ৰৰ উৎপত্তিৰ স্থল তিব্বতত কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছে।যাৰ ফলত ভূমি স্খলন হৈ চিয়াং নদীৰ গতিত বাধা প্ৰাপ্ত হৈছে।অৰুণাচলৰ প্ৰশাসন শংকিত হৈ পৰিছে।চীনতো দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সষ্টম হৈ পৰিছে বুলি জানিব পৰা গৈছে।আনহাতে ডিব্ৰুগড়,ধেমাজী জিলাৰ প্ৰশাসন তথা বিজ্ঞজনে এনে পৰিস্থিতি পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰিছে ।

Comments (0)
Add Comment