হঠাৎ জলপ্ৰলয় সৃষ্টি হ’ব পাৰে ।নদী কাষৰীয়া ৰাইজৰ জনজীৱন বিপদাপন্ন হ’ব পাৰে।ব্ৰক্ষ্মপুত্ৰৰ উৎপত্তিৰ স্থল তিব্বতত কৃত্ৰিম হ্ৰদৰ সৃষ্টি হৈছে।যাৰ ফলত ভূমি স্খলন হৈ চিয়াং নদীৰ গতিত বাধা প্ৰাপ্ত হৈছে।অৰুণাচলৰ প্ৰশাসন শংকিত হৈ পৰিছে।চীনতো দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সষ্টম হৈ পৰিছে বুলি জানিব পৰা গৈছে।আনহাতে ডিব্ৰুগড়,ধেমাজী জিলাৰ প্ৰশাসন তথা বিজ্ঞজনে এনে পৰিস্থিতি পৰিপ্ৰেক্ষিতত শংকিত হৈ পৰিছে ।
Trending
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান
- এল জি ইলেক্ট্ৰনিক্সে মুকলি কৰিলে MoodUP*
- যোগোৎসৱ আয়োজন