বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা

বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা

 ১৭ চেপ্তেম্বৰ । আজি বিশ্বখনিকৰ বিশ্বৰ্কমাৰ পূজা । উল্লেখযোগ্য যে প্ৰতিবছৰে এই দিনটো তেই বিশ্বৰ্কমা পূজা উদযাপিত হয়।  উত্তৰ পূৱৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰটো কামাখ্যা মন্দিৰৰ সমীপত আছে। স্মত্তৰ্ব্য যে এই মন্দিৰটো ১৯৬৫ ভবকান্ত শৰ্মা নামৰ এজন ব্যক্তিয়ে নিৰ্মাণ কৰিছিল। বৰ্ত্তমানে এই মন্দিৰটোৱে ৫১ বছৰ সম্পূৰ্ণ কৰিছে। উত্তৰ পূৱৰ একমাত্ৰ মন্দিৰটোত পূজা আৰু দৰ্শনাৰ্থে অসংখ্য ভক্তই ভিৰ কৰিছে। কেৱল মন্দিৰেই নহয় সমুহীয়া ভাবে অথবা ব্যক্তিগতভাৱে পূজাভাগৰ প্ৰস্তুতি ইতিমধ্যে চলিছে। বিশেষকৈ যান্ত্ৰিক প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলে এই পূজাৰ আগভাগ লোৱা পৰিলক্ষিত হৈছে। NE Focus ৰ সমূহ পৰিয়ালৰ ফালৰ পৰা বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা যাঁচিলো।

IMG-20160917-WA0003


 

Comments (0)
Add Comment