বৰদিনৰ শুভেচ্ছাৰে

আজি বৰদিন।প্ৰভু যীচুৰ জন্মদিন।সমগ্ৰ দেশতে খ্ৰীষ্টধৰ্মলম্বী লোক সকলে উলহে মালহে এই উৎসৱ পালন কৰিছে।বৰদিনৰ উপলক্ষে সমূহ গীৰ্জা ঘৰ সমূহ সজাই পৰাই তুলিছে।পুৱাৰ ভাগত প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়।যীচুখ্ৰীষ্টৰ বাণীসমূহ ইজনে সিজনক আদান প্ৰদান কৰে আৰু শুভেচ্ছা জ্ঞাপন কৰে।ঠাইয়ে ঠাইয়ে সম্পূৰ্ণ মাহেই ঘৰে ঘৰে গৈ কেৰল গায়।পবিত্ৰতাৰে জীৱন যাপন কৰিবলৈ উদ্বুদ্ধ কৰি তুলে।যীচুৰ শান্তিৰ বাণীকলৈ উদযাপিত কৰা বৰদিনৰ সকলোকে শুভেচ্ছা জনালো।উইচ ইউ মেৰী খ্ৰীষ্টমাৰ্চ।

Comments (0)
Add Comment