শান্তিৰ কামনা কৰি

৩০ অক্টোবৰ । অসমৰ ইতিহাসৰ এটা ক’লা দিন। এই ক’লা দিনটোতেই অজস্ৰ জনে এই ধৰাৰ এৰি অকালতে চিৰদিনৰ বাবে মেলানি মাগিলে। অকালতে হেৰাই গ’ল বহুতৰ বহু সপোন, আশা আকাংক্ষা । NE Focus যে আজি  এই দিনটোত শ্ৰদ্ধাৰে সুঁৱৰি এগছি প্ৰদীপ অৰ্পণ কৰিছে। লগতে দীপাৱলীৰ দীপে যেন অসুয়া – অপ্ৰীতি মষিমুৰ কৰি শান্তি – সমৃদ্ধি, ভাতৃত্ববোধৰ এনাজৰী ডাল সদৃঢ় হৈ উঠে তাৰেই কামনা কৰি শান্তি পাৰ চৰাই মেলি দিছো।

Comments (0)
Add Comment