আই চি চি খচুৰা সঞ্চয় সুবিধা শীৰ্ষক সন্মিলন সম্পন্ন

শিশু বয়সৰ পৰা সঞ্চয় কৰিবলৈ শিকাব লাগে।দিনে ১টকাকৈ জমা কৰিলে পিছলৈ সেয়া বহুত হৈ পৰে।এই মন্তব্য গুৱাহাটী ইণ্ডিয়ান বেংকৰ মাণ্ডলিক প্ৰবন্ধক তন্ময় দে’ৰ।কালি গুৱাহাটীত অনুষ্ঠিত হোৱা চতুৰ্থ আই চি চি খচুৰা সঞ্চয় সুবিধা সন্মিলনত বিভিন্ন বিষয়ৰ সন্দৰ্ভত বিনিয়োগকাৰী সকলৰ মাজত আলোচনাচক্ৰ অনুষ্ঠিত হয়।সঞ্চালক বিনোদ টোডী উপস্থিত থাকি গ্ৰাহক সকলক বিভিন্ন প্ৰশ্নৰ সম্পৰ্কত উত্তৰ দিয়ে।অনুষ্ঠানত মিউচুৱেল ফাণ্ড শাখাৰ বহুকেইজন মুৰব্বী উপস্থিত থাকে।

Comments (0)
Add Comment