ছিজলাৰ্ছৰ প্ৰথম বিপনী মুকলি

প্ৰসিদ্ধ ৰেষ্টুৰেণ্ট য়’ক চিজলাৰ্ছৰ উত্তৰ পূবৰ প্ৰথমখন বিপনী আজি গুৱাহাটী মুকলি হয়।আজি আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্ৰী নিশিতা গোস্বামী আৰু স্বত্বাধিকাৰী নীনা ব্ৰহ্মই ।উল্লেখযোগ্য যে ১৯৮৬ চনতে প্ৰতিষ্ঠা হোৱা নাই এইচ ৰিজনি গ্ৰুপ অৱ কোম্পানীৰ এই য় চিজলাৰ্ছৰ মেনুত আছে ষ্ট্ৰিক্স,মাটন,চিকেন,ছীফুড আৰু নিৰামিষ ছিজলাৰৰ লগতে আন বহুতো ।বিভিন্ন ধৰণৰ চুপ, ককটেইল,ছালাড,ৰাইচ ডিভাইচ, মিনি মিল, ছেণ্ডৱিছ আৰু ডেৰ্জাট।উল্লেখযোগ্য যে বিভিন্ন চিত্ৰতাৰকা, ৰাজনীতিবিদ, ক্ৰীড়াবিদ বেণ্ডটোৰ সৈতে জৰিত ।স্মতব্য যে এইধৰণৰ বিপনী সমগ্ৰ উত্তৰ পূবৰ ভিতৰতে প্ৰথমখন বিপনী।

Comments (0)
Add Comment