বজাৰত মোক্ষ ধূপৰ নৱ সংযোজন

ভাৰতৰ আগশাৰীৰ ধূপকাঠি নিৰ্মাতা মোক্ষ ধূপকাঠিযে নিজৰ সুগন্ধৰ গুণ অব্যাহত ৰাখি পাঁচবিধ নতুন উৎকৃষ্ট মানৰ ধূপৰ নিৰ্মাণ কৰিছে। গ্ৰাহকৰ প্ৰযোজনতা পূৰ্ণ কৰি মোক্ষে এই নতুন নিৰ্মাণৰ জৰিয়তে নিজৰ উৎপাদন শাৰী সবল কৰি তুলিছে। ধূপকাঠিয়ে সকলো ধৰণৰ ধাৰ্মিক আৰু সামাজিক অনুষ্ঠানত এটা উচ্চ পদ লাভ কৰে।মোক্ষে অলপতে গুলাপ, চন্দন,হিনা,চালভেশ্ন,স্বৰ্ণ, আৰু,মল্লিকা সুগন্ধৰ ধূপকাঠি নিৰ্মাণ কৰিছে। বৰ্তমান ধূপকাঠি উদ্যোগৰ বজাৰৰ মূল্য চাৰি হাজাৰ কোটি যত দুয়ো প্ৰকাৰৰ সংগঠিত আৰু অসংগঠিত নিৰ্মাতা সন্নিবিষ্ট হৈ আছে। মোক্ষ ভাৰতৰ এক আগশাৰীৰ নিৰ্মাতা যিয়ে প্ৰতি দিনে দেৰ কোটি ধূপৰ কাঠি নিৰ্মাণ কৰে । মোক্ষ নিৰ্মাণ কেন্দ্ৰ দুইভাৰতৰ আগশাৰীৰ ধূপকাঠি নিৰ্মাতা মোক্ষ ধূপকাঠিয়ে নিজৰ সুগন্ধৰ গুণ অব্যাহত ৰাথি পাঁচবিধ নতুন উৎকৃষ্ট মানৰ ধূপৰ নিৰ্মাণ কৰিছে। গ্ৰাহকৰ প্ৰযোজনীয়তা পূৰ্ণ কৰি মোক্ষে এই নতুন নিৰ্মাণৰ জৰিয়তে নিজৰ উৎপাদন শাৰী সবল কৰি তুলিছে । মোক্ষৰ ৮০০টা মুল বিতৰণ কেন্দ্ৰ আছে । 

Comments (0)
Add Comment