অভিনেতা ৰবি শৰ্মাৰ ফেচবুক পষ্ট সন্দৰ্ভত ৰঙিয়াত মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

অভিনেতা ৰবি শৰ্মাৰ ফেচবুক পষ্ট সন্দৰ্ভত আজি ৰঙিয়াত মন্তব্য আগবঢ়াই সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত অংশগ্ৰহণ কৰি সাংসদ গৰাকীয়ে কয় যে ৰবি শৰ্মা অকলশৰীয়া নহয় ।ৰবি শৰ্মা এজন ভাল অভিনেতা ।ৰবি শৰ্মাৰ লগত আমি সকলো আছো ।ৰবি শৰ্মা অসমৰ এজন আগশাৰীৰ অভিনেতা ।ৰবি শৰ্মাৰ BLACK AND WHITE সকলোকে চাবলৈ আহ্বান জনাই তেওঁ আৰু কয় যে ৰবি শৰ্মাই ২৫ বছৰ ধৰি অসমীয়া ছবিজগতত দপদপাই আছে বুলি মত পোষণ কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment