ইংৰাজীলৈ অনুবাদ হ’ল অসীমত যাৰ হেৰাল সীমা

ইংৰাজীলৈ অনুবাদ হ’ল অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ কালজয়ী উপন্যাস অসীমত যাৰ হেৰাল সীমা।লেখক,অনুবাদক আৰু গৱেষক চেলিম এম হুছেইনে ২০১৫চনতেই এই কাম হাতত লৈছিল।জানিব পৰা মতে ইতিমধ্যে অনুবাদৰ কাম সমাপ্ত হৈছে।
 
 
ইংৰাজী অনুবাদতো তেওঁ গ্ৰন্থ খনৰ নামটো অসমীত যাৰ হেৰাল সীমা ৰখাৰ পৰিকল্পনা কৰিছে।উল্লেখযোগ্য যে ১৯৪৫ চনত ভুৱনমোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে এই উপন্যাসখন লিখি উলিয়াইছে।

Comments (0)
Add Comment