উলহে মালহে উদযাপিত হ’ল পবিত্ৰ ঈদ

বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ এমহীয়া ৰোজাৰ অন্তত ত্যাগৰ উৎসৱ ঈদ উদযাপিত হৈছে।ৰাজ্যৰ অন্য ঠাইৰ লগতে বুধবাৰে মহানগৰীৰ ঈদগাহ মৈদামত নামাজ সম্পন্ন হয় ।তিনি সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সমূহীয়া নামাজত ইমাম কৰে বৰপেটা জিলাৰ চেঙা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হাৰ্জ মৌলনা ডক্টৰ নজৰুল ইছলামে।আনহাতে নামাজৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায়।নামাজৰ লগত সংগতি ৰাখি কবৰ স্থান মজিদ উন্নয়নৰ বাবে ধন সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment