উশ্বু খেলত ছাত্ৰৰ কৃতিত্ব

উত্তৰাখণ্ডৰ হৰিদুৱাৰত অনুষ্ঠিত হোৱা উশ্বু খেলত অসমৰ দক্ষিণ কামৰূপৰ ৭ গৰাকী খেলুৱৈয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ।উল্লেখযোগ্য যে ৭গৰাকী খেলুৱৈৰ ভিতৰত ৬গৰাকীয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।প্ৰতিযোগিতাখন ১৭ আগষ্টৰ পৰা ১৯ আগষ্টলৈ অনুষ্ঠিত হৈছিল ।প্ৰতিযোগিতাখনলৈ যোৱা অসমৰ দলটোক নেতৃত্ব দিছিল আন্তঃ ৰাষ্ট্ৰীয় খেলুৱৈ মনোজ কুমাৰ দাসে ।

Comments (0)
Add Comment