এইবাৰৰ কাতি বিহুত মুখ্যমন্ত্ৰী ক’ত থাকিব

কাইলৈ কাতি বিহু। এইবাৰ ৰাজহুৱা ভাৱে কাতি বিহু উদযাপিত হ’ব।এগছি,দুগছি নহয় মুঠ এহাজাৰ চাকিৰে উজ্বলিব দৰঙৰ বামুণপাৰা পথাৰ।কাতি বিহু সন্ধ্যা বামুণপাৰা পথাৰত এহাজাৰ গৰাকী মহিলাই চাকি জলাব।এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
 
 
 

 মুখ্যমন্ত্ৰী গৰাকীয়ে এই কাৰ্যসূচীৰ বাবে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক গুৰুজ্যোতি দাস, উপায়ুক্ত দিলীপ বৰুৱা ,আৰক্ষী অধীক্ষক অমৃত ভূঞাই মোহনপুৰৰ পথাৰ পৰ্যবেক্ষণ কৰে।উল্লেখযোগ্য যে ক’ভিডৰ প্ৰট’কল মানি এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment