কলাক্ষেত্ৰৰ সচিব হিচাপে নিযুক্তি লাভ কৰিলে সুদৰ্শন ঠাকুৰে

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব হিচাপে নিযুক্তি লাভ কৰিলে সুদৰ্শন ঠাকুৰে।অলপতে সুদৰ্শন ঠাকুৰে আনুষ্ঠানিকভাৱে সচিব হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে।উল্লেখযোগ্য যে কলাক্ষেত্ৰত মুঠ ১০১ গৰাকী কৰ্মচাৰী আছে।ইয়াৰে ১৫ গৰাকী নিয়মীয়া কৰ্মচাৰী।নৱনিযুক্ত সচিবৰ আদৰণি অনুষ্ঠানত পবিত্ৰ মাৰ্ঘেৰিটা,যতীন বৰাকে আদি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment