কাইলৈ পৰা প্ৰতি শনিবাৰে খোলা থাকিব বেংক অথবা চৰকাৰী কাৰ্য্যালয়ৰ আৰু ব্যৱসায়ী প্ৰতিষ্ঠান।এই ঘোষণা কৰিছে মুখ্য সচিব সঞ্চয় কৃষ্ণই।
পুৱা ৯ বজাৰ পৰা ৫ বজালৈ সকলো যাত্ৰীক যাতায়তৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। আনকি জৰুৰীকালীন খবৰ লগত জড়িত সকলো কাৰ্য্যালয়কে খোলা বাবে অনুমতি প্ৰদান কৰা হৈছে। লগতে স্বায়ত্ব শাসিত প্ৰতিষ্ঠানসমূহো সাপ্তাহিক লকডাউনত খোলা থাকিব।