কাইলৈ পৰা প্ৰতি শনিবাৰ খোলা থাকিব চৰকাৰী কাৰ্যালয়

0 343

কাইলৈ পৰা প্ৰতি শনিবাৰে খোলা থাকিব বেংক অথবা চৰকাৰী কাৰ্য্যালয়ৰ আৰু ব্যৱসায়ী প্ৰতিষ্ঠান।এই ঘোষণা কৰিছে মুখ্য সচিব সঞ্চয় কৃষ্ণই।
 
 
 
পুৱা ৯ বজাৰ পৰা ৫ বজালৈ সকলো যাত্ৰীক যাতায়তৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। আনকি জৰুৰীকালীন খবৰ লগত জড়িত সকলো কাৰ্য্যালয়কে খোলা বাবে অনুমতি প্ৰদান কৰা হৈছে। লগতে স্বায়ত্ব শাসিত প্ৰতিষ্ঠানসমূহো সাপ্তাহিক লকডাউনত খোলা থাকিব।

Leave A Reply

Your email address will not be published.