জয়ন্ত মল্ল বৰুৱাক ৰাজনৈতিক সচিব হিচাপে নিযুক্তি

ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাক বিজেপি বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিছে।

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক । লগতে দল আৰু চৰকাৰৰ মাজত সমন্বয়ক হিচাপে কাম কৰিব বৰুৱাই। আজি দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে জয়ন্ত মল্ল বৰুৱাক আনুষ্ঠানিভাৱে এই দায়িত্ব অৰ্পণ কৰে ।

Comments (0)
Add Comment