টেবলেটত পতাকা অংকন কৰি অভিলেখ গঢ়িলে পৰিণীতাই

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্ত এটা টেবলেটত ত্ৰিৰংগা পতাকা অৰ্পণ কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল নলবাৰী টিহুৰ পৰিণীতা কলিতাই।৫ মিলিমিটাৰ ব্যাসাৰ্ধৰ এটা টেবলেটত ত্ৰিৰংগা পতাকা অংকন কৰিছে ।
 
 
 
 
 
পৰিণীতা কলিতা টিহুৰ নান্নাটাৰী গাঁৱৰ বসন্ত কুমাৰ কলিতা আৰু বিজুলী কলিতাৰ কন্যা। পৰিণীতাই সম্প্ৰতি নলবাৰী মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শাখাত অধ্যয়ন কৰি আছে।
 

Comments (0)
Add Comment