NE Focus
NE Focus
তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ
By
admin
on February 8, 2019
৯ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ।তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই উৎসৱটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।দেশী বিদেশী বিভিন্ন লেখক, ছাত্ৰ ছাত্ৰী সকলে এই উৎসৱত অংশগ্ৰহণ কৰিব।জানিব পৰা মতে এইবাৰ আছিয়ান দেশসমূহৰ সাহিত্যক গুৰুত্ব আৰোপ কৰি বিশেষ কাৰ্য্যক্ৰম ৰখা হৈছে।অভিনেত্ৰী মণিষা কৈৰালা বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব ।অহা ১১ফেব্ৰুৱাৰীত এই অনুষ্ঠানৰ অন্ত পৰিব।
সুখবৰ
Share
Related Posts
পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
Comments
(0)
Add Comment