দীপামণিৰ জয়যাত্ৰা অব্যাহত

গুৱাহাটী  সৰুসজাঁইৰ ষ্টেডিয়ামত ২৪মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ অনুষ্ঠিত হৈ থকা  নৰ্থ-ইষ্ট মাষ্টাৰ্ছ এথলেটিকছ ৪০ ঊৰ্ধ্বৰ প্ৰতিযোগিতাত জয় যাত্ৰা অব্যাহত ৰাখিছে দীপামণি ডেকাই।মঙ্গগলদৈৰ উদমাৰী দীপামণিয়ে    ৪০০,৮০০, ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত  স্বৰ্ণ পদক অৰ্জন কৰিছে   ।উল্লেখ্য যে এইগৰাকী দৌৰবিদে ইতিমধ্যে অসম তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকো অৰ্জন কৰিবলৈ সক্ষম হৈছিল। 

Comments (0)
Add Comment