দেশৰ সোণৰ মন্দিৰৰ তালিকাত স্থান পালে শক্তিপীঠ কামাখ্যাই

দেশৰ সোণৰ মন্দিৰৰ তালিকাত স্থান পালে শক্তিপীঠ কামাখ্যাই।২০ কিল’গ্ৰাম সোণেৰে নিৰ্মান হ’ল কামাখ্যা মন্দিৰৰ গম্বুজ।
আজি গম্বুজটো মুকলি কৰা হয়।এই গম্বুজত আছে ৩ তৰপীয়া সোণৰ কলহ।এই সোনৰ গম্বুজ ৰিলায়েন্সৰ অলংকাৰ বনোৱা কাৰিকৰে নিৰ্মাণ কৰি উলিয়াইছে।উল্লেখ্যযোগ্য যে, গম্বুজৰ বাবে এই ২০ কেজি সোণ দান কৰিছে দেশৰ আগশাৰীৰ উদ্যোগপতি মুকেশ আম্বানিয়ে।গম্বুজ মুকলি কৰাৰ পিছতে কামখ্যা মন্দিৰত যজ্ঞৰ আয়োজন কৰা হৈছে।

Comments (0)
Add Comment