নামেৰীত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ নৈসৰ্গিক শোভাৰ মাজত অৱস্থিত এন পাল্কী কেম্পত আজি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উপলক্ষ্যে হিউমেন ৰাইটছ একচন কাউন্সিল অসমৰ উদ্যোগত এক বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । সংগঠনটোৰ সঞ্চালক ড০ পৰশমণি সিংহাই জনোৱা মতে পুৱা ১১:০০ বজাৰপৰা অনুষ্ঠিত শিবিৰটোত উপস্থিত চিকিৎসকে অঞ্চলটোৰ তৰাজান,পোতাশালি, গামানী, চপালগা, হাতীগেট, মেকাহিৰ ৰাইজৰ মাজত বিনামূলীয়াকৈ দন্ত পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে।

Comments (0)
Add Comment