নিৰ্দিষ্ট ধনৰাশি বহন কৰিব লাগিব দূৰদৰ্শনৰ গ্ৰাহকে

দূৰদৰ্শনৰ দৰ্শকসকললৈ সুখবৰ।দৰ্শকসকলে নিজা পছন্দ অনুসৰি চেনেল নিৰ্বাচন কৰিব পাৰিব।১ এপ্ৰিলৰ পৰা এই নতুন নিয়ম কাৰ্য্যকৰী হ’ব।পূৰ্বৰ দৰে অপ্ৰয়োজনীয় চেনেলৰ বাবে গ্ৰাহকে ধন দিব নালাগে ।টেলিকম ৰেগুলেট’ৰী অথৰিটী অৱ ইণ্ডিয়াৰ নিয়ম অনুসৰি কেবোল অপাৰেটৰে প্ৰত্যেকটো চেনেলৰ বাবদত ১৯ টকা মূল্য দিব লাগিব  ।

Comments (0)
Add Comment