মুকলি আকাশৰ তললৈ আহিব পাৰিবনে অখিল গগৈ

আজি দিনটো এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হ’ব । কিয়নো অখিল গগৈ জামিনৰ যি প্ৰক্ৰিয়া চলি আছিল আজি চূড়ান্ত ৰায় ১০.৩০ বজাৰ লগে লগে প্ৰদান কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। এতিয়া মাথোঁ সকলোৱে অপেক্ষা কৰা পৰিলক্ষিত দেখা গৈছে দিনৰ ১০.৩০ বজালৈ।এক প্ৰকাৰৰ আজি দিনটো সমগ্ৰ অসমবাসী কাৰণে এটা ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈ ৰ’ব।কিয়নো কা আন্দোলনৰ সময়তে গ্ৰেপ্তাৰ কৰা অখিল গগৈক সিটো পিছত ইটো গোচৰত গ্ৰেপ্তাৰ কৰি ৰখা অখিল গগৈ সম্পূৰ্ণ এটা বছৰতকৈ অধিক সময়ৰ পিছত মুকলি আকাশৰ তললৈ আহিব।
উল্লেখযোগ্য যে আটাইতকৈ ডাঙৰ প্ৰশ্ন মুকলি আকাশৰ তললৈ আহিব নে অখিল গগৈ।এটা বছৰতকৈ অধিক সময়ত গ্ৰেপ্তাৰ কৰা হ’ল অখিল গগৈক। অৱশেষত আজি কল্যান ৰায় চোৰানা আৰু অজিত বৰঠাকুৰ আদালতে ৰায় প্ৰদান কৰিব অখিল গগৈ।যদিহে পুনৰ গোচৰ জাপি দিয়া নহয় তেন্তে পূৰ্ণ সম্ভাৱনা আছে আজি অখিল গগৈ মুকলি আকাশৰ তললৈ অহা।

Comments (0)
Add Comment