মুখ্যমন্ত্ৰীৰ টুইটাৰ হেণ্ডেল কৰিলে এগৰাকী কিশোৰীয়ে

বিশ্ব শিশু দিৱসৰ উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।২ ঘণ্টা বাবে মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউন্ট পৰিচালনাৰ দায়িত্ব দিলে এগৰাকী ১৮ বছৰীয়া কিশোৰীক।
 
আজি ডিব্ৰুগড় নামৰূপ চাহ বাগিচাৰ বন্দনা ওৰাঙয়ে  মুখ্যমন্ত্ৰীৰ হৈ ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজাৰলৈ মুখ্যমন্ত্ৰীৰ টুইটাৰ একাউন্টৰ পৰা ক’ভিড অতিমাৰী পিছত পৃথিৱীখনত কিদৰে শিক্ষা ব্যৱস্থাতো আগবাঢ়ি তাৰ বিষয়ে নিজৰ মত দাঙি ধৰে।আজি বিশ্বৰ শিশু দিৱস উপলক্ষে বন্দনাক নিজৰ টুইটাৰ একাউন্টটো প্ৰতীকী হিচাপে চলাবলৈ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

Comments (0)
Add Comment