লাকী দাসৰ সাফল্য

পঞ্জাৱৰ অমৃতসৰ গুৰু নানক বিশ্ববিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পেনঞ্চাক চিলেট চেম্পিয়নশ্বিপত লাকী দাসে ব্ৰঞ্জৰ পদক লাভ কৰে।সৰুপথাৰৰ চুঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী লাকী দাসে ৫৮ কেজি শাখাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন ১৯ আগষ্টৰ পৰা ২১ আগষ্টলৈ অনুষ্ঠিত হৈছিল ।দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

Comments (0)
Add Comment