২৫জুনত ঘোষিত হ’ব উচ্চতৰ মাধ্যমিক কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শিক্ষাৰ ফলাফল

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান বাণিজ্য আৰু বৃত্তিমুখী পৰীক্ষাৰ ফলাফল অহা ২৫জুন বৃহস্পতিবাৰে পুৱা ৯ বজাত ঘোষণা কৰা হ’ব। শিক্ষাৰ্থী সকলে যাতে তৎক্ষণাৎ ফলাফল সমূহ জানিব পাৰে তাৰ বাবে শিক্ষা সংসদে ১৪টাকৈ লিংক মুকলি কৰিছে । ফলাফল লাভৰ লিংক সমূহ হ’ল:-
www.ahsec.nic.in
www.asssamresult.in
www.schools9.com
www.results.shiksha
www.newsnation.in
www.newsstate.com
www.indiaResults.com
www.iResults.net
www.EduAssam.com
www.vidyavision.com
www.exametc.com
www.ExamResults.net/assam/
www.jagranjosh.com
www.assamresult.co.in
ফলাফল ঘোষণা কৰাৰ সময়ত এই ৱেবছাইটসমূহৰ যিকোনো এটাত শিক্ষাৰ্থী সকলে নিজা ৰোল আৰু নম্বৰ টাইপ কৰি ফলাফল লাভ কৰিব পাৰিব। যিহেতু মাৰ্কশ্বিট সমূহ এইবাৰ অনলাইনতে উপলব্ধ হ’ব সেয়েহে শিক্ষাৰ্থীসকলে অনলাইনতে  মাৰ্কশ্বীট সমূহ সংগ্ৰহ কৰিব পাৰিব। উল্লেখযোগ্য যে শিক্ষা সংসদৰ অধীনস্থ মহাবিদ্যালয় সমূহৰ ই-মেইলত  ফলাফলসমূহ প্ৰেৰণ কৰা হ’ব।

Comments (0)
Add Comment