৭.৫ কিলো গ্ৰামৰ বন্ধা কবিয়ে অভিলেখ গঢিলে

৭.৫ কিলোগ্ৰাম ওজনৰ এটা বন্ধাকবিৰ উৎপাদন হৈছে চুবুৰীয়া ৰাজ্য নগালেণ্ডত। কেইটামান শিশুৱে এই বৃহৎ আকাৰৰ কবি লৈ প’জ দিয়াৰ চিত্ৰ চ’চিয়েল মেডিয়াত দেখা গৈছে।
 
দৰাচলতে নগা হিলচ নামৰ এটা পৰ্টেলত এই চিত্ৰ খন প্ৰকাশ হোৱা পিছতে হাজাৰ অনুৰাগীয়ে অনুসৰণ কৰি লাইক, শ্বেয়াৰ কৰে। যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী গৰাকী স্থানীয় উৎপাদনক গুৰুত্ব দিছে । সেই সময়ত নগালেণ্ডৰ কৃষকে দেখুওৱা নিৰ্দশনক সকলোৱে শলাগ লৈছে।

Comments (0)
Add Comment