ৰূপহীৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা অনুষ্ঠিত

মহানগৰীৰ সত্যনাথ বৰা ভৱনৰ প্ৰাংগনত স্বেচ্ছাসেৱী অনুষ্ঠান ৰূপহীৰ উদ্যোগত অনুষ্ঠিত হৈ আছে ৰূপহী প্ৰদৰ্শনী আৰু বিক্ৰী মেলা।৪দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা মেলাখনত অসমীয়া আ অলংকাৰ, মেখেলা চাদৰ, হস্তনিৰ্মিত বিভিন্ন সা সামগ্ৰী উপলব্ধ হৈছে।প্ৰায় ২৮ গৰাকী অসমৰ বিভিন্ন ঠাইৰ উদ্যমী মহিলাই এই মেলাখনত অংশ গ্ৰহণ কৰিছে ।উল্লেখযোগ্য যে বিগত ৪বছৰৰ পৰা বছৰত দুবাৰকৈ ৰূপহীয়ে এনেদৰে মেলা অনুষ্ঠিত কৰি আহিছে ।

Comments (0)
Add Comment