যি সময়ত চকীদাৰকলৈ বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে , সেই সময়ত ভূটানৰ প্ৰধান মন্ত্ৰী লতে চেৰিঙৰ কৰ্মই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।ভূটানৰ প্ৰধান মন্ত্ৰী লতে চেৰিঙ পেছাত এজন চিকিৎসক ।তেখেতে সাপ্তাহিক চুটীত দেশৰ জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায় আহিছে ।প্ৰতি বৃহস্পতি বাৰে ৰাজধানীৰ থিম্ফুস্থিত এখন চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়ায়।স্মতব্য যে প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰতি বৃহস্পতিবাৰে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকলক পাঠদানৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ পিছত চিকিৎসা সেৱা আগবঢ়ায় ।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা