চকীদাৰৰ সমান্তৰাল ভাৱে চৰ্চা লাভ কৰিছে এজন চিকিৎসকে

0 545

যি সময়ত চকীদাৰকলৈ বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে  , সেই সময়ত ভূটানৰ প্ৰধান মন্ত্ৰী লতে চেৰিঙৰ কৰ্মই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।ভূটানৰ প্ৰধান মন্ত্ৰী লতে চেৰিঙ পেছাত এজন চিকিৎসক ।তেখেতে সাপ্তাহিক চুটীত দেশৰ জনসাধাৰণৰ বাবে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায় আহিছে ।প্ৰতি বৃহস্পতি বাৰে ৰাজধানীৰ থিম্ফুস্থিত এখন চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়ায়।স্মতব্য যে প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰতি বৃহস্পতিবাৰে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকলক পাঠদানৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ পিছত চিকিৎসা সেৱা আগবঢ়ায় ।

Leave A Reply

Your email address will not be published.